১০০ বছৰীয়া ঘৰটো বৰ সুন্দৰকৈ ৰাখিছে ডঃ সংগীতা কাকতিয়ে/সাঁচি ৰাখিছে কুমাৰ চানু, উদিত নাৰায়ণৰ স্মৃতি..
Break Ur Voice
0:00 / 0:00
১০০ বছৰীয়া ঘৰটো বৰ সুন্দৰকৈ ৰাখিছে ডঃ সংগীতা কাকতিয়ে/সাঁচি ৰাখিছে কুমাৰ চানু, উদিত নাৰায়ণৰ স্মৃতি..
28 162 просмотра · 2 дня назад
Break Ur Voice
8,34 тыс. подписчиков
28 162 просмотра · 2 дня назад
১০০ বছৰীয়া ঘৰটো বৰ সুন্দৰকৈ ৰাখিছে বিশিষ্ট শিল্পী ডঃ সংগীতা কাকতি বাইদেৱে। স্বামীৰ প্রিয় ঘৰটো, বাইদেউৰ আকৌ ফুলনিখন। কুঁৱলী পৰা দিনবোৰত চোতালখনত গুণগুণাই ৰদ পুৱাবৰ কাৰনে মাতিবানো কাক? ঘৰটোৰ ভিতৰত সাঁচি ৰাখিছে কুমাৰ চানু, উদিত নাৰায়ণ, ভূপেনদা, পংকজ উদাসৰ স্মৃতি। জুবিনৰ অনামিকাত কিয় গান গোৱা নাছিল তেওঁ? জিতুল সোনোৱালৰ লগত কি কি কৰিছিল? স্বাস্থ্যৰ বাবে নিতৌ যোগ অভ্যাস কৰে বাইদেৱে। উজান বজাৰৰ ১০০ বছৰ পুৰণি ঘৰটোৰ বাৰীখনলৈ নিতৌ আহে ধনেশ পক্ষী, ভাটৌ আদি বিভিন্ন চৰাই। তাৰ মাজতেই শুনক বাইদেউৰ কণ্ঠত কেইবাটাও জনপ্ৰিয় গীতৰ কলি।
#nipkumarbaruah #heritage #assamese #breakurvoice #zubeengarg #kumarsanu #uditnarayan