চি এম ভিজিলেন্সৰ জিম্মাত 420 ACS দেৱেশ্বৰ বৰা
Pratidin Time
0:00 / 0:00
চি এম ভিজিলেন্সৰ জিম্মাত 420 ACS দেৱেশ্বৰ বৰা
1 715 просмотров · 7 часов назад
Pratidin Time
2,66 млн подписчиков
1 715 просмотров · 7 часов назад
চি এম ভিজিলেন্সৰ জিম্মাত 420 ACS দেৱেশ্বৰ বৰা। ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিষয়াগৰাকীয়ে কেৱল টকা ঘটাই নহয়, সাংবাদিকে দুৰ্নীতিৰ বাতৰি কৰিলেও উগ্ৰপন্থী সজাই মানসিক হাৰাশাস্তি কৰিছিল। এইবাৰ দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে মুখ খুলিলে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰীয়ে। বিষয়াগৰাকীক গ্ৰেপ্তাৰৰ পিছতেই কাৰ্যালয়ত দুৰ্নীতিৰ বজাৰ মেলা দৃশ্যও আহি পৰিছে ‘প্ৰতিদিন টাইম’ৰ হাতত।
#pratidintime #debeswarborah #ACS