Перейти к содержимому

নগাঁৱৰ ৰাজনীতিত এতিয়া আকৰ্ষণ আৰু চৰ্চা বিৰিয়ানি

Pratidin Time

0:00 / 0:00

নগাঁৱৰ ৰাজনীতিত এতিয়া আকৰ্ষণ আৰু চৰ্চা বিৰিয়ানি

1 675 просмотров · 11 часов назад
Pratidin Time
2,67 млн подписчиков
1 675 просмотров · 11 часов назад
নগাঁৱৰ ৰাজনীতিত এতিয়া আকৰ্ষণ আৰু চৰ্চা বিৰিয়ানি। সাংসদ ৰকিবুল হুছেইনে বিৰিয়ানি খোৱাক লৈ বাকযুদ্ধ তুংগত উঠিছে মুখ্যমন্ত্ৰী আৰু ৰকিবুল হুছেইনৰ মাজত। নগাঁৱত ইখনৰ পিছত সিখনকৈ প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে সাংসদ ৰকিবুল হুছেইনক বাৰুকৈয়ে কৰিছে আক্ৰমণ। লগে লগে মুখ্যমন্ত্ৰীৰ দাবী- নগাঁৱত বিজয়ী হ’ব বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা। #Pratidintime #rakibulhussain #himantabiswasarma