জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু SIR বাতিলৰ দাবীত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব কংগ্ৰেছ দলে
Pratidin Time
0:00 / 0:00
জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু SIR বাতিলৰ দাবীত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব কংগ্ৰেছ দলে
4 586 просмотров · 11 часов назад
Pratidin Time
2,67 млн подписчиков
4 586 просмотров · 11 часов назад
জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু SIR বাতিলৰ দাবীত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব কংগ্ৰেছ দলে। জ্ঞানেশ কুমাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতৰ পুতলা আখ্যা দিলে কংগ্ৰেছে। ইফালে আন্দোলনৰ দিন-বাৰ ঠিক কৰাৰ বাবে বুধবাৰে দিল্লীত অনুষ্ঠিত হ’ব ইণ্ডি মৰ্চাৰ গুৰুত্বপূৰ্ণ বৈঠক। ইপিনে নিৰ্বাচন আয়োগক লৈ বিৰোধীয়ে চক্ৰান্ত ৰচাৰ অভিযোগ তুলিছে বিজেপিয়ে।
#pratidintime #SIR #gyaneshkumar