ৰমাকান্ত দেউৰীৰ কথা শুনি হাঁহি ৰখাব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে
Pratidin Time
0:00 / 0:00
ৰমাকান্ত দেউৰীৰ কথা শুনি হাঁহি ৰখাব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে
11 655 просмотров · 11 часов назад
Pratidin Time
2,67 млн подписчиков
11 655 просмотров · 11 часов назад
কেতিয়াবা গান, কেতিয়াবা কবিতা, কেতিয়াবা আকৌ খং। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ কথাই সুকীয়া। কথাৰে ৰাইজক মুহি বহু সময়ত হাঁহিৰ খোৰাকো যোগান ধৰে মৰিগাঁৱৰ বিধায়কগৰাকীয়ে। শেহতীয়াকৈ মৰিগাঁৱৰ এক নিৰ্বাচনী সভাত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰমাকান্ত দেউৰীৰ ভাষণ। আৰু ৰমাকান্ত দেউৰীৰ কথা শুনি হাঁহি ৰখাব নোৱাৰিলে মুখ্যমন্ত্ৰীয়েও। লগে লগে ৰমাকান্ত দেউৰী মৰিগাঁৱৰ তেণ্ডুলকাৰ আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
#PratidinTime #HimantaBiswaSarma #RamakantaDeori