অভিশপ্ত সোমবাৰৰ দিনটোত কি কৰিছিল ঘাতক ঘনকান্তই?
PRATHAM KHABAR 24x7
0:00 / 0:00
অভিশপ্ত সোমবাৰৰ দিনটোত কি কৰিছিল ঘাতক ঘনকান্তই?
350 просмотров · 12 ч назад
PRATHAM KHABAR 24x7
73,1 тыс. подписчиков
350 просмотров · 12 ч назад
-অভিশপ্ত সোমবাৰৰ দিনটোত কি কৰিছিল ঘাতক ঘনকান্তই? মহানগৰীৰ হকী ষ্টেডিয়ামৰ নিকটৱৰ্তী সাউকুছিৰ এটা ভাড়াঘৰত আছিল ঘনকান্ত। লগত থাকে পত্নী আৰু কন্যা। সাধাৰণতে চাৰিচকীয়া বাহন অথবা স্কুটীতে অহা-যোৱা কৰে ঘনকান্তই। সোমবাৰে ঘটনাৰ দিনা পুৱা ১১ বজাতেই ঘৰৰ পৰা ওলাই গৈছিল ঘনকান্ত। অৱশ্যে নিয়া নাছিল নিজৰ বাহন। নিশা হ/ত্যা/কাণ্ড সংঘটিত কৰি ঘৰলৈ উভতি আহি উবেৰ বাহনত পলুৱাই পঠিয়াইছিল পত্নী আৰু সন্তানক।
#helenabharali #GhanakantaGogoi #AssamPolice #PrathamKhabar24x7 #GuwahatiPolice
Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu
Follow us on Facebook: @prathamkhabar24x7
Follow us on Instagram: @prathamkhabartv
Follow us on Twitter: @khabar_pratham
Our Website: https://prathamkhabartv.com
#prathamkhabar24x7
#prathamkhabartv
#prathamkhabarnews
#prathamkhabarbreaking
#prathamkhabar