Перейти к содержимому

বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ জাত্যাভিমানৰ নিদৰ্শন

Pratidin Time

0:00 / 0:00

বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ জাত্যাভিমানৰ নিদৰ্শন

4 857 просмотров · 1 день назад
Pratidin Time
2,67 млн подписчиков
4 857 просмотров · 1 день назад
বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ জাত্যাভিমানৰ নিদৰ্শন। হিন্দী ভাষাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অমান্তি। ‘চীনত চীনা ভাষাত কথা কয়, ইংৰাজীলৈ অনুবাদ কৰি লয়’। ‘ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়ান ভাষাত কয় আৰু অনুবাদ কৰি লয়’। ‘মই অসমীয়া ভাষাত কৈছো, আপোনালোকে অনুবাদ কৰি লওক’। #PratidinTime #HagramaMohilary #assam