Перейти к содержимому

ডিমা হাছাওত ‘আছম মালা’ প্ৰকল্পক লৈ উত্তাল পৰিস্থিতি!মাটি এৰি দিলে,কিন্তু নাপালে ক্ষতিপূৰণ!

NorthEast Now

0:00 / 0:00

ডিমা হাছাওত ‘আছম মালা’ প্ৰকল্পক লৈ উত্তাল পৰিস্থিতি!মাটি এৰি দিলে,কিন্তু নাপালে ক্ষতিপূৰণ!

903 просмотра · 16 часов назад
NorthEast Now
466 тыс. подписчиков
903 просмотра · 16 часов назад
📌বিজেপিৰ শাসন কালতেই জনতাৰ বিলৈ ! 📌উন্নয়ণৰ নামত ব*লি হৈ এতিয়া নিজৰ মাটি-ভেটি হেৰুৱাব লগা হ'ল খাটি খোৱা জনতাই ! 📌ডিমা হাছাওত ‘আছম মালা’ পথ প্ৰকল্পক লৈ সৃষ্টি হৈছে উত্তাল পৰিস্থিতি ! 📌মাটি এৰি দিলে,কিন্তু নাপালে ক্ষতিপূৰণ ! 📌অৱশেষত প্ৰাপ্যৰ দাবীত নিৰ্মাণস্থলীত এক্সকেভেটৰ আগচি ধৰি কাম বন্ধ কৰি দিলে ক্ষুব্ধ ক্ষতিগ্ৰস্ত পৰিয়ালে! 📌ন্যায্য প্ৰাপ্য আদায় নিদিয়ালৈকে উক্ত ভূমিত পথ নিৰ্মাণৰ কাম বন্ধ ৰখাৰ কঠোৰ সকীয়নি প্ৰদান ক্ষতিগ্ৰস্ত ৰাইজৰ!___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now