Перейти к содержимому

খোলা চাপৰি পিঠা ৰেচিপি | Perfect Soft Khola Chapori Pitha | Assamese Traditional Pitha Recipe

Julfa Siddika cooking

0:00 / 0:00

খোলা চাপৰি পিঠা ৰেচিপি | Perfect Soft Khola Chapori Pitha | Assamese Traditional Pitha Recipe

120 просмотров · 6 дн. назад
Julfa Siddika cooking
112 подписчиков
120 просмотров · 6 дн. назад
বন্ধু-বান্ধৱী সকল! আজি মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ অসমৰ পৰম্পৰাগত গাঁৱলীয়া সোৱাদৰ - খোলা চাপৰি পিঠা ৰেচিপি। এই ভিডিঅ'ত শিকিব: ✅ নৰম তুলতুলীয়া খোলা চাপৰি পিঠা কেনেকৈ বনাব ✅ পিঠা নভঙাকৈ বনোৱাৰ গোপন টিপছ ✅ চাহ আৰু জেছিৰ লগত কেনেকৈ খাব 📝 সামগ্ৰী সমূহ: চাউলৰ গুৰি পানী নিমখ সৰিয়হ তেল যদি ভিডিঅ'টো ভাল লাগে তেন্তে LIKE, SHARE আৰু SUBSCRIBE কৰিবলৈ নাপাহৰিব! #kholaChaporiPitha #AssamesePitha #BihuPitha #PithaRecipe #AssameseFood #KholaSaporiPitha #TraditionalRecipe #AssameseCuisin # #assameserecipe #assamesefood #julfasiddikacooking