Перейти к содержимому

আলফা স্বাধীনৰে চৰকাৰৰ শান্তি আলোচনাৰ পোষকতা কৰে মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাই

Pratidin Time

0:00 / 0:00

আলফা স্বাধীনৰে চৰকাৰৰ শান্তি আলোচনাৰ পোষকতা কৰে মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাই

717 просмотров · 4 часа назад
Pratidin Time
2,67 млн подписчиков
717 просмотров · 4 часа назад
আলফা স্বাধীনৰে চৰকাৰৰ শান্তি আলোচনাৰ পোষকতা কৰে মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাই। কেউটা পক্ষই বিচাৰিলে আলোচনাৰ মধ্যস্থতাকাৰী হ’বলৈয়ো ৰাজি জোৰামথাংগা। নতুন দিল্লীত সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ-২০২৬ত অংশ লৈ উত্তৰ-পূবত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ তুলি ধৰে বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন বিদ্ৰোহী নেতাজনে। #TheConclave2026 #PratidinConclave #Pratidinmedianetwork #PratidinTime #Zoramthanga