অসমৰ স্বাভিমান অসমৰ ৰেচম শিল্প...
Anuranan Hridoyor Spondon
0:00 / 0:00
অসমৰ স্বাভিমান অসমৰ ৰেচম শিল্প...
527 просмотров · 3 недели назад
Anuranan Hridoyor Spondon
3,56 тыс. подписчиков
527 просмотров · 3 недели назад
ৰেচম শিল্প হৈছে,
ৰাজ্যখনৰ এটি
অতি প্ৰাচীন
ঐতিহ্যবাহী আৰু
গুৰুত্বপূৰ্ণ কুটিৰ শিল্প।
সমগ্ৰ বিশ্বৰ ভিতৰতে
কেৱল অসমতেই
তিনিবিধ বিশেষ প্ৰকাৰৰ
ৰেচম উৎপাদন কৰা হয়।
অসমত প্ৰধানকৈ
পাট, মুগা আৰু এৰী
ৰেচমৰ চৰ্চা কৰা হয়।
অসমৰ অৰ্থনীতি
আৰু কৃষ্টি সংস্কৃতিত
ৰেচম শিল্পৰ
অৱদান অসীম।
ৰেচম শিল্পৰ সম্পৰ্কত
বিশেষ আলোচনা।
অনুৰণনৰ মজিয়াৰ
আমন্ত্ৰিত অতিথি
ড৹ যোগেশ দেউৰী
অৱসৰ প্ৰাপ্ত ৰেচম সঞ্চালক
বিটিচি
অসম গৌৰৱ তথা
পদ্মশ্ৰী বঁটা প্ৰাপক।
মনমৰমী মহন্তৰ সৈতে।