খাৰঘূলিৰ ঘৰটোক লৈ তাৰ বৰ ইচ্ছা আছিলঃ সাহিত্যিক ড০ ৰীতা চৌধুৰী
Pratidin Time
0:00 / 0:00
খাৰঘূলিৰ ঘৰটোক লৈ তাৰ বৰ ইচ্ছা আছিলঃ সাহিত্যিক ড০ ৰীতা চৌধুৰী
49 890 просмотров · 10 месяцев назад
Pratidin Time
2,66 млн подписчиков
49 890 просмотров · 10 месяцев назад
শেষৰফালে জুবিনে নিজৰ বিষয়ে কৈছিল...জুবিনৰ লগত মোৰ আগতে কেতিয়াও কথা হোৱা নাছিল, জুবিনে কেৱল গায়ক হিচাপে পৰিচিত হ’ব বিচৰা নাছিল, বহুমুখী মানুহ হিচাপে পৰিচিত পাব বিচাৰিছিল, মই যদি ছিংগাপুৰলৈ যোৱাটো গম পালোহেঁতেন তেতিয়া মই বাধা দিলোহেঁতেন, 'ৰৈ ৰৈ বিনালে' চিনেমাখনৰ কথা বৰ উৎসাহেৰে কৈছিলে, খাৰঘূলিৰ ঘৰটোক লৈ তাৰ বৰ ইচ্ছা আছিলঃ সাহিত্যিক ড০ ৰীতা চৌধুৰী
#PratidinTime #AssamNews #assam #JusticeForZubeenGarg #RitaChowdhury