লাখ লাখ টন কলপাতেৰে যি যি বনোৱা হয় দেখিলে অবাক হৈ যাব ! Inside Banana Leaf Factory | Assamese video
ADC Knowledge Hub
0:00 / 0:00
লাখ লাখ টন কলপাতেৰে যি যি বনোৱা হয় দেখিলে অবাক হৈ যাব ! Inside Banana Leaf Factory | Assamese video
47 489 просмотров · 2 месяца назад
ADC Knowledge Hub
79,6 тыс. подписчиков
47 489 просмотров · 2 месяца назад
লাখ লাখ টন কলপাতেৰে যি যি বনোৱা হয় দেখিলে অবাক হৈ যাব ! Inside Banana Leaf Factory | Assamese video
যদিও ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ কল উৎপাদনকাৰী, কিন্তু বিশ্বৰ আটাইতকৈ ডাঙৰ কলপাতৰ কাৰখানা আছে ইণ্ডোনেছিয়াত। মাংগলীক কাৰ্য্য আৰু বিভিন্ন অনুষ্ঠানত খাদ্য পৰিৱেশন কৰাৰ বাহিৰে আন কোনো কামত কল পাতৰ ব্যৱহাৰ দেখা নাযায়। কিন্তু ইণ্ডোনেছিয়াই এই কলপাতৰ পৰাই কোটি কোটি ডলাৰ উপাৰ্জন কৰি আছে। তাত এনে কিছুমান কাৰখানা আছে য 'ত প্ৰতিদিনে ট্ৰাকৰ পিছত ট্ৰাকে কালাপাতা লৈ প্ৰৱেশ কৰে আৰু তাৰ পৰা বাহিৰ ওলাই আহে এনে কিছুমান সামগ্ৰী যিবোৰ দেখি, কোনেও কল্পনাও কৰিব নোৱাৰে যে ইয়াৰ মূল উপাদানটো আছিল কলপাত।
#bananaleaf
#ecofriendly
#sustainable
#india
#recycling
#assam
#assamese
#adcknowledgehub
সতৰ্কবাণী: এই ভিডিঅ'টোৰ সমল (অডিঅ' বা ভিডিঅ') বিনানুমতিত আন কোনো ইউটিউব চেনেল, ফেচবুক পেজ বা আন ছচিয়েল মিডিয়া প্লেটফৰ্মত পুনৰ আপলোড কৰাটো কঠোৰভাৱে নিষিদ্ধ। তেনে কৰিলে কপিৰাইট আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অনুগ্ৰহ কৰি আমাৰ কষ্টক সন্মান কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক।
Disclaimer:
This video is a work of fiction. Any names, characters, businesses, places, events, and incidents are either the products of the creator's imagination or used in a fictitious manner. Any resemblance to actual persons, living or dead, or actual events is purely coincidental.
The content is created for educational, motivational, and entertainment purposes only.
Copyright Disclaimer under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational, or personal use tips the balance in favor of fair use.