প্ৰতিটো ঘৰত উপাসনাস্থলী কিয় থাকিব লাগে? নজনাকৈ কৰা এই ভুলটো নকৰিব! মাধুৰ্য বৰা
Assamese Cultural Canvas
0:00 / 0:00
প্ৰতিটো ঘৰত উপাসনাস্থলী কিয় থাকিব লাগে? নজনাকৈ কৰা এই ভুলটো নকৰিব! মাধুৰ্য বৰা
19 293 просмотра · 13 дней назад
Assamese Cultural Canvas
74,7 тыс. подписчиков
19 293 просмотра · 13 дней назад
ঘৰত উপাসনাস্থলী কিয় থাকিব লাগে? উপাসনাস্থলী স্থাপনৰ সঠিক নিয়ম কি? আৰু উপাসনাস্থলীৰ ক্ষেত্ৰত আমি কোনবোৰ ভুল কেতিয়াও কৰিব নালাগে—এই গুৰুত্বপূৰ্ণ বিষয়সমূহ এই ভিডিঅ’টোত সহজভাৱে আলোচনা কৰা হৈছে।
মাধুৰ্য বৰাৰ ভাগৱত ব্যাখ্যাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ—ঘৰত ভক্তি আৰু আধ্যাত্মিক পৰিৱেশ কেনেকৈ বজাই ৰাখিব পাৰি।
🙏 ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব।
#ভাগৱতব্যাখ্যা #মাধুৰ্যবৰা #উপাসনাস্থলী #ভক্তি #অসমীয়া_ভক্তিমূলক_ভিডিঅ’ #নামঘৰ #আধ্যাত্মিকতা