Перейти к содержимому

অসম বিধানসভাত বুধবাৰে নজিৰবিহীন ঘটনা

NKTV PLUS

0:00 / 0:00

অসম বিধানসভাত বুধবাৰে নজিৰবিহীন ঘটনা

2 316 просмотров · 1 г. назад
NKTV PLUS
830 тыс. подписчиков
2 316 просмотров · 1 г. назад
অসম বিধানসভাত বুধবাৰে নজিৰবিহীন ঘটনা উমৰাংছ’ প্ৰসংগ আলোচনা বিচাৰি বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ আশ্চৰ্যজনকভাৱে শাসক পক্ষৰো সভা স্থগিতৰ দাবী শাসক পক্ষই বিচাৰিলে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ আলোচনা সভা স্থগিত প্ৰস্তাৱ বিৰোধীয়ে আনে, শাসক পক্ষই উত্থাপন নকৰে বুধবাৰে সদনত সৃষ্টি হ’ল ওলোটা পৰিস্থিতি উমৰাংছ’ৰ পৰা APSCলৈ বিভিন্ন প্ৰসংগত উত্তাল সদন উমৰাংছ’ৰ অবৈধ কয়লা খনিক লৈ সৰৱ বিৰোধী বিৰোধীয়ে সদনত আনিলে ৪টাকৈ সভাস্থগিত প্ৰস্তাৱ সদন স্থগিতৰ দাবীক লৈ বিজেপি বিধায়কৰ উত্তাল প্ৰতিবাদ সদনৰ মজিয়ালৈ আহি অধ্যক্ষক ঘেৰাও শাসকীয় পক্ষৰ বিজেপিয়ে বিচাৰিলে APSCৰ কেলেংকাৰিক লৈ আলোচনা বিপ্লৱ শৰ্মা প্ৰতিবেদনত আছে তৰুণ গগৈ, গৌৰৱ গগৈৰ নাম বিৰোধীয়ে বিচাৰিছিল উমৰাংছ’ৰ আলোচনাৰে চৰকাৰক শ’লঠেকত পেলাবলৈ বিৰোধীৰ কৌশল ভোটা কৰিবলৈ শাসক পক্ষও সৰৱ সদনত শাসক-বিৰোধীৰ তীব্র বাক-বিতণ্ডাত উত্তপ্ত পৰিস্থিতি ৩বাৰকৈ স্থগিত সদন, নিলম্বিত হ’ল অখিল গগৈ সদনত ইছ্যু পৰিৱৰ্তন কৰিব বিচাৰিছে নেকি শাসক-বিৰোধীয়ে? বিৰোধীয়ে বিচৰা নাই নেকি বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ আলোচনা? শাসক পক্ষই বিচৰা নাই নেকি উমৰাংছ’ক লৈ সদনত আলোচনা? কাৰ স্থিতি প্ৰকৃততে কি? কোন সঁচা, কোন মিছা? সবিশেষ Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’ত